Assamese Class 3:- If your son or daughter is reading in class iii and you are searching for a question paper for the subject Assamese Class
3 under the CBSE board, you are in the right place. In this article, we have prepared a sample question paper for the subject Assamese of class 3. This article will help the students seeking the 2nd periodic test paper. we have pdf format too. You can download the paper and give your son or daughter directly.Class 3 Assamese question answer
Here we have prepared the second periodic test paper for the subject of Assames class 3 under the CBSE board. The answers to the questions will be given in another article. So please keep visiting the site.
A. খালী ঠাই পূৰ কৰা
- ভগৱানৰ ওপৰত ——– ৰাখিবা
- সকলোৰে প্ৰতি ————- ৰাখিবা
- ————- কথা নকবা
- ————- মানুহক কোনেও ভাল নাপায়
- সকলো কামত ————- হ’বলৈ যত্ন কৰিবা
B. মিলোৱা
- বিশ্ব পতিয়ন
- দম্ভ উৎপত্তি
- বিশ্বাস মিলন
- উদ্ভৱ পৃথিৱী
- সমন্বয় অহংকাৰ
C. উত্তৰ দিয়া
- আমাৰ জাতীয় সংগীত টো কোনে ৰচনা কৰিছিল
- কি তিথিত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল
- লক্ষ্মীদেৱীৰ আন এটা নাম কি
- গুল্ম মানে কি
D. সজাই লিখা
- লক্ষ্মীনাথ বেজবৰুৱাই আমাৰ জাতীয় ৰচনা সংগীত কৰিছিল
- পদুম মানে ফুল পদ্ম
- লক্ষ্মীদেৱীৰ পদ্মা নাম এটা আন
- জোপোহা গছ গুল্ম মানে
E. বাক্য ৰচনা কৰা
- গ্ৰীষ্ম —————————————————————————————————————-
- পদ্ম —————————————————————————————————————–
- ৰশ্মি —————————————————————————————————————-
- স্মৰণ—————————————————————————————————————-
F. খালী ঠাই পূৰ কৰা
- ————- ধুনীয়া ঠাই
- আজি সূৰ্যৰ ————- বৰ প্ৰখৰ
- বুধবাৰে মোৰ ————- দিন
- কিতাপ পঢ়োতে ————- কথালৈ মন দিব লাগে
- ডাঙৰক ————- জনাবা
G. খালী ঠাই পূৰ কৰা
- ————- কবিতা আবৃত্তি কৰে
- অম্লানে সভাত ————- গাইছিল
- অনাহকত কাকো ————- দিব নাপায়
- বৰফত ————- চলে
- ————- মানে টেঙা
H. উত্তৰ লিখা
- অম্লানে সভাত কি গাইছিল
- পক্ষ কেই প্ৰকাৰৰ আৰু কি কি
- বৰফত কি চলে
- অম্ল মানে কি
I. সচা নে মিছা
- অম্লানে গান গায়
- বৰষুণ জাকে সকলোৰে আনন্দ ম্লান কৰিলে
- শ্লেজ গাড়ী কুকুৰে টানে
- পানীত শ্লেজ চলে
- অম্ল মানে টেঙা
K. অৰ্থ লিখা
ক্লেশ ম্লান ক্লান্ত গ্লানি প্লাৱন আহ্লাদ
L. শুদ্ধ শব্দটো লিখা
- আমি উশাহত নাইট্ৰজেন/ অক্সিজেন গেছ লওঁ
- ঘৰ সজাৰ আগতে নক্সা/ ৰিক্সা তৈয়াৰ কৰিব লাগে
- মটৰ গাড়ী/ ৰিক্সা তিনিচুকীয়া বাহন
- স্বৰ্গত অস্পৰা/ অসুৰ সকল আছিল
M. ইংৰাজী লৈ অনুবাদ কৰা = নক্সা ঈপ্সা অপ্সৰা
Sample Paper for Assamese class 3
This is a sample paper of Assamese class 3 under the board of CBSE. You can download the paper and use it.
class 3 Assamese question answer pdf
Table of Contents
Is this question paper has the answers with?
No, this Assamese question paper is a sample paper and can be used for the 2nd periodic test only.